সিহঁত ধোৱাহৈ উৰি গ’ল ~ অণুগল্প-দেৱাশ্ৰী ওজা বৰা

©Admin
0

. “ দেউতা আৰু বা ক উলিয়াই লৈ আনাচোন মা৷ ’
  হঠাৎ ,ল’ৰাটোক কি উত্তৰ দিব নিৰুপায় হৈ মাকে কান্দি কান্দি মাথো চিঞৰি উঠিল - "এই অগ্নিশিখাই তোৰ দেউতা আৰু বা ক পুৰি ছাই কৰি পেলালে বোপাই ৷ তোৰ কাষলৈ সিহঁত কেতিয়াও ঘুৰি নাহে অ’ ৷সিহঁত ধোৱাহৈ উৰি গ’ল অ’ ৷"
      
 ( বাঘজানৰ কাহিনীৰ আলমত )

✍️দেৱশ্ৰী ওজা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)