সিহঁত ধোৱাহৈ উৰি গ’ল ~ অণুগল্প-দেৱাশ্ৰী ওজা বৰা


. “ দেউতা আৰু বা ক উলিয়াই লৈ আনাচোন মা৷ ’
  হঠাৎ ,ল’ৰাটোক কি উত্তৰ দিব নিৰুপায় হৈ মাকে কান্দি কান্দি মাথো চিঞৰি উঠিল - "এই অগ্নিশিখাই তোৰ দেউতা আৰু বা ক পুৰি ছাই কৰি পেলালে বোপাই ৷ তোৰ কাষলৈ সিহঁত কেতিয়াও ঘুৰি নাহে অ’ ৷সিহঁত ধোৱাহৈ উৰি গ’ল অ’ ৷"
      
 ( বাঘজানৰ কাহিনীৰ আলমত )

✍️দেৱশ্ৰী ওজা বৰা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send