ব্যস্ততাৰ আবেলি- ৰুমী কলিতা দত্ত

©Admin
0
জীয়াই থকাৰ সপোনে আগুৱাব খোজে
সময়ে বাগৰ মোক লৈ যায়...
আহৰি নাই !!
সময়ৰ শৰ সময়ত মাৰিব খুজিছো 
বন্ধু ...বান্ধৱী !!
লাইক কমেন্‌ট কৰিব নোৱাৰি থমকি ৰৈছোঁ
বেয়া নাপাব কোনেও ।
কৰিব খুজিছোঁ আইৰ বুকু সেউজী 
আমিয়েই কৃষক ধৰিত্ৰীৰ। 
চৰকাৰে দিয়ে এটকাত চাউল 
কিছুৱে সকাহ পায় ,
কিছুৱে তাকে বিক্ৰী বিশ টকা পায় 
পিছে মধ্যবিত্তৰ বাবে একোকে নাই 
দিন-ৰাতি এক কৰি কামিহাড় ভাগি যায় ।
চকুচৰহাই আনৰ উন্নতি সমূলি ভাল নাপায় ,
তথাপি কৰ্মই মোক নিছে আগুৱাই ।।

✍️ৰুমী কলিতা দত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)