যাযাবৰ-সান্নিধ্য শইকীয়া

0
হে যাযাবৰ,,
গুচি গ'লা কিয় আমাক,,
নিঠৰুৱা কৰি?
আকৌ আহিবানে তুমি,,
আমাৰ কাষলৈ?
৫ নৱেম্বৰৰ সন্ধিয়া পৰত,,
চিৰনিদ্ৰাত শুই পৰিলা তুমি!
দুখত ম্ৰিয়মান হৈ পৰিলোঁ আমি,,
সেয়ে তোমাক জনাওঁ শ্ৰদ্বাঞ্জলি!

✍️ সান্নিধ্য শইকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)