Home সান্নিধ্য শইকীয়া যাযাবৰ-সান্নিধ্য শইকীয়া যাযাবৰ-সান্নিধ্য শইকীয়া person©Admin November 06, 2020 0 share হে যাযাবৰ,,গুচি গ'লা কিয় আমাক,,নিঠৰুৱা কৰি?আকৌ আহিবানে তুমি,,আমাৰ কাষলৈ?৫ নৱেম্বৰৰ সন্ধিয়া পৰত,,চিৰনিদ্ৰাত শুই পৰিলা তুমি!দুখত ম্ৰিয়মান হৈ পৰিলোঁ আমি,,সেয়ে তোমাক জনাওঁ শ্ৰদ্বাঞ্জলি!✍️ সান্নিধ্য শইকীয়া Tags কবিতাসান্নিধ্য শইকীয়া Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ