শিশু দিৱসৰ শুভেচ্ছাৰে -ৰবীন মহন্ত

©Admin
0
আজিৰ শিশু তুমি হ'ব লাগিব অগ্ৰগামী।
আন্ধাৰৰ কাল যৱনিকা ভেদি।
আগবাঢ়ি যাব লাগিব সুদূৰপ্ৰসাৰী ।
যাত্ৰা পথৰ বহু অচিনা পথ ।
জ্ঞানৰ পোহৰেৰে আলোকিত হ'ব।
অচিনা পথ চিনাকি হৈ ৰ'ব।
জ্যেষ্ঠৰ আশীস তোমাৰ লগত থাকিব।
যাত্ৰাপথত জ্যেষ্ঠ জনৰ সহায় পাবা।
তাৰ বাবে তুমি ঋণী হৈ ৰ'বা।
ঋণৰ বাবে অৰ্থৰ নাই প্ৰয়োজন ।
 সদায় কৰিবা জ্যেষ্ঠজনক সন্মান প্ৰদৰ্শন ।
 শিশু দিৱসৰ শুভেচ্ছা যাচিলোঁ মইনা ।
নেহৰু খুৰাক শ্ৰদ্ধা জনালোঁ ।

✍️ৰবীন মহন্ত
তিতাবৰ,বৰহোলা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)