পৰাক্রমী বীৰ লাচিত- চিন্ময় ডেকা

©Admin
0


হে,মহা যুদ্ধা --অতীন্দ্রিয়, লাচিত"
ক'ত হেৰাই গ'লা 
আজি আমি যেন মহাসংকটত
ভগ্ন হৃদয়ে চিঞৰিছে
অসমীয়া জাতিৰ অস্তিত্বত আজি ...........

বৰাক,ব্ৰহ্মপুত্ৰ সমতলত ভৰি পৰিছেহি'
অসংখ্য বহিৰাগত বিদেশী
মনৰ কাপুৰুষত্ব, বকুত বান্ধি
ৰৈ'_আছোঁ, নিৰৱে আজি
আইৰ কোমল বুকুত, আমি যেন
পথ_ভ্ৰষ্ট ভিখাৰী..........

ভগ্ন হৃদয়ে কাতৰ কৰিছে
হাতত ল'বলৈ_ধাৰ, তৰোৱাল, হেংদাং 
নকৰোঁ আজি কালৈ'কো ভয়
সংগ্ৰামী চেতনা জাগ্রত কৰি
উদ্ধাৰি আনিম.........
অসমীয়াৰ ইতিহাসৰ সংগ্ৰামীৰ পাতনি...
                                                        
 ✍️চিন্ময় ডেকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)