ৰণ আহ্বান-বিদ্যুৎ গগৈ

©Admin
0

ঐ অসমীয়া তই দেখিছনে?
শতৰু আহি তোৰ পদুলিত'
তই মাৰিলি নে ভাল কৈ
ঢাপৰ জেওৰা।

মাৰ তই ভাল কৈ
ঢাপৰ জেওৰা"
নহলে শতৰুৱে সোমাই কৰিব উদং।

সময় সমাগত অসমীয়া"
আকৌ এবাৰ সাজু হবলৈ'
হাতত হেংদাং লৈ
শৰাইঘাটৰ ৰণলৈ।

স্বদেশ আৰু স্বজাতিৰ এইয়াই
সংকট কাল"
নাই আৰু সময়'
জাতি ৰ্ধমক লৈ 
ভাগ ভাগ হ'বলৈ ,
তই অসমী আইৰ সন্তান
তই অসমীয়া।

পুতি ল তই খোপনি
জাগিছ যদি অসমীয়া আৰু
শুবৰ সময় নাই'
সুপ্তিৰ দলিচা এৰিবৰ হ'ল'
জাগিলেহে থাকিব অসম আৰু অসমীয়া' জাতি'
নহ'লে হবগৈ
বাংলা দেশী মীয়াঁৰা ঘাটি।

অসমীয়া তই বিচাৰিছ নিকি
আকৌ এবাৰ নিৰীহৰ তেজেৰে অসমৰ বাট পথ
ৰাঙলি হোৱাটো"
তই মনত পেলা অসমীয়া'
সৌ সিদিনা খিলঞ্জীয়াৰ তেজেৰে ফাকু খেলা দিনবোৰ ,
ভাবিলে আজিও বুকু কপি উঠে অসমীয়া।

সৌ জুইকুৰা এবাৰ মন কৰ ,
তোৰ ভাইহঁতৰ তেজেৰে
জ্বলি উঠা একুৰা
তেজাল উষ্ম জুই।

অসমীয়া; সময় বহু মূল্যবান
পিন্ধি ল তই
ৰণৰ পোছাক"
এফালৰ পৰা কৰি যা তই
শতৰুৰ সংসাৰ।

হুচিয়াৰ মীয়াঁ বাংলাদেশী
অসমীয়া আজি জাগি উঠিছে'
নকৰিবি ভূল
অসমীয়া খিলঞ্জীয়া ৰ্দুবল বুলি"।

অসমীয়া তই বিজয়ী পুত্ৰ
আহ্বান অসমীয়া"
আকৌ এবাৰ ৰণলৈ বুলি
      জয় আই অসম।


✍️বিদ্যুৎ গগৈ 
 যোৰহাট ,মৰিয়নি ,অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)