ভগ্ন স্বপ্নৰ ভৰ~অণুগল্প- অংশুমান ভূঞা

©Admin
0
     ঠেলাচালক দুলালৰ ৰক্তিমেই একেটি মাথোঁ ৰতন,আশাৰ চাকি। সেই আশাতেই বন্দী হৈ দুগুণ উৎসাহেৰে কেতিয়াও ভাগৰি নপৰা উদ্যমেৰে ঠেলাখন চলায়ে ৰক্তিমক সু-শিক্ষিত কৰি তুলিলে। ভাল দিনৰ সপোনটো অধিক গাঢ় হ'ল।
     কিন্তু . . . . .। সকলো যেন নিমিষতে ওলট-পালট হৈ গ'ল। মেধাৰে নহয় টকাৰে চাকৰি লাভৰ দিনত ৰক্তিম ক'ৰবাত পৰি ৰ'ল। . . . আজি যেন দুলালৰ ঠেলাখন টনাৰ শক্তিও ক'ৰবাত হেৰাই গ'ল। 

✍️অংশুমান ভূঞা
চামতা,নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)