নাই নাই সময় নাই,,
সময় অপচয় কৰিবলৈ।।
পৰীক্ষা ওচৰ চাপিল,,
দিন-ৰাতি একাকাৰ কৰি,,
থাকোঁ পঢ়াৰ টেবুলত।।
ৰাতিৰ পৰা পুৱা লৈকে পাওঁ সময়,,
কিতাপৰ কিছু কথা শিকিবলৈ/জানিবলৈ।।
কিন্তু ইমান কষ্ট কৰোঁ,,
তথাপিও ব্যৰ্থতা স্বাদৰ দিশে,,
মোৰ এই শিক্ষা জীৱন।।
শিক্ষা দানৰ সকলো বিষয়,,
মোৰ অন্তৰ আত্মাৰ দৰে,,
তথাপিও ব্যৰ্থতা গতিত।।
কিন্তু মনে হাৰ নামানে,,
এই ব্যৰ্থতাক।।
এদিন এনেকোৱা এটা দিন আহিব,,
যিটো সময়ত, নিজৰ ক্ষমতাৰ লগতে নিজ কৰ্মত,,
নিজ পৰিচয় সকলোৱে জানিব।।
✍ সান্নিধ্য শইকীয়া।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ