মোহ~অণুগল্প- দেৱাশ্ৰী ওজা বৰা

ঘৰখনৰ সুখৰ মোহৰ বাবেই তাই তৃতীয়বাৰলৈ মাতৃত্বৰ সুখ ল’ব লগা হ’ল ৷

      পিছে তাইৰ মুৰতহে সৰগ ভাগি পৰিল ৷ কেনেদৰে এতিয়া ছোৱালী তিনিজনীক মানুহ কৰিব পাৰিব ৷

✍️দেৱাশ্ৰী ওজা বৰা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send