সঠিক চিন্তা~অণুগল্প-অলকেশ কাকতি

©Admin
0
পোনাকণ !!তোৰ শোৱাপাটী এৰিবৰ হোৱাই নাই নেকি?? এফালে বিহগৰ কিৰীলিয়ে বসুধা ৰজনজনাইছে।।মা ! ককাৰ লগতে মোকো একেলগে এটুপিমান ফিকা চাহ দিয়া।। বুজিছ পোনাকণ ! মানুহবোৰৰ বিবেকহীন মনোভাৱে আমাৰ সোণৰ অসমখনিৰ হৃদয়ত মচিব নোৱাৰা দাগ বহুৱাই থৈ গৈছে।। ব'ল পোনাকণ,
বেছি পলম কৰিব নালাগে।। পুখুৰীটোৰ পাৰত আমি গছপুলি কেইটা ৰোপণ কৰোঁ..........
             
✍️অলকেশ কাকতি
নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)