সঠিক চিন্তা~অণুগল্প-অলকেশ কাকতি

পোনাকণ !!তোৰ শোৱাপাটী এৰিবৰ হোৱাই নাই নেকি?? এফালে বিহগৰ কিৰীলিয়ে বসুধা ৰজনজনাইছে।।মা ! ককাৰ লগতে মোকো একেলগে এটুপিমান ফিকা চাহ দিয়া।। বুজিছ পোনাকণ ! মানুহবোৰৰ বিবেকহীন মনোভাৱে আমাৰ সোণৰ অসমখনিৰ হৃদয়ত মচিব নোৱাৰা দাগ বহুৱাই থৈ গৈছে।। ব'ল পোনাকণ,
বেছি পলম কৰিব নালাগে।। পুখুৰীটোৰ পাৰত আমি গছপুলি কেইটা ৰোপণ কৰোঁ..........
             
✍️অলকেশ কাকতি
নলবাৰী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send