নিৰ্মালী-মণিষা ডেকা

  শিৰণত হাতযোৰ 
  প্ৰণামেৰে পুষ্পিত,
  দীপোজ্বোল মূৰ্তিৰে 
  অংকিত সৌন্দৰ্য |
  তোমাৰ চৰনত 
  আশিষ কেৱল,
  ফুলৰ সুৰভি বিলোৱা 
  বাগিছাৰ নানাৰঙী
  ফুলৰ পাহি |
                      
✍️ মণিষা ডেকা 
 নলবাৰী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send