কমপ্লেক্স-আকাশ দাস

©Admin
0
কাইলৈ আকৌ ওলাম,
নিশা দোভাগত
তুমি 'কমপ্লেক্স' দিয়া 
জোনটিলৈ চাই হাঁহিম।

থাকিওঁ নথকা 
অনুভূতিক এন্ধাৰত থৈ
আকৌ এৰাবলৈ চেষ্টা কৰিম।

কাইলৈ ওলাবা জোনাকী ধৰিবলৈ
জোনাকৰ মাজত 
তুমি তৰা হৈ।

✍️আকাশ দাস
নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)