কমপ্লেক্স-আকাশ দাস

কাইলৈ আকৌ ওলাম,
নিশা দোভাগত
তুমি 'কমপ্লেক্স' দিয়া 
জোনটিলৈ চাই হাঁহিম।

থাকিওঁ নথকা 
অনুভূতিক এন্ধাৰত থৈ
আকৌ এৰাবলৈ চেষ্টা কৰিম।

কাইলৈ ওলাবা জোনাকী ধৰিবলৈ
জোনাকৰ মাজত 
তুমি তৰা হৈ।

✍️আকাশ দাস
নলবাৰী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send