তুমি সাৰে থাকিবা-হেমেন হাজৰিকা

©Admin
0

    তুমি সাৰে থাকিবা

  স্মৃতি আৰু চেতনাৰ মাজত
   তুমি সাৰে থাকিবা
   আৰু সাৰে থাকিব
   তোমাৰ অম্লান হাঁহি |

  প্ৰথম কান্দোনেৰে 
  জীৱন আৰম্ভ কৰি
  ওৰে জীৱন হাঁহি , হহোঁৱাই
  শেষ ৰাগিনী, কল্যান খৰমান
   টানি সামৰিলা তুমি
   অনুপম জীৱন |

  কণপোনা তৰুণ হ'ল
  তৰুণ হৈয়ে তুমি
  আতৰি গ'লা
  থাকি গ'ল সকলোৰে
  হৃদয়ে হৃদয়ে সেই
  অম্লান হাঁহি |

✍️হেমেন হাজৰিকা
  মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)