তিৰস্কাৰ~অণুগল্প-মীনা পামে গাম

©Admin
0
ৰুমাৰ বায়েক ঝুমাই কলিকতাত থাকি বি.এ. পঢ়িছিল আৰু হোষ্টেলৰ পৰা ভনীয়েক ৰুমালৈ দীঘল-দীঘল চিঠি লিখে ।
ৰুমাই পেহীয়েকৰ ঘৰত থাকি কটনত পঢ়ি আছিল, বি. এ. প্ৰথম বাৰ্ষিক , ইংৰাজীত অনাৰ্চ লৈ ।  
বায়েক ঝুমাই ৰসায়ন বিষয় লৈ বি. এছ. চি. পাছ কৰিছিল আৰু এম. এছ . চি দিল্লীত কৰিছিল । তাই গাৰ্গী কলেজৰ লেকচাৰাৰ এতিয়া।

ৰুমাই বায়েকক কৈছিল তোৰ দীঘল-দীঘল চিঠিবােৰ পেহীৰ ল'ৰা-ছোৱালী বিনয় আৰু লভিতাই হাঁহিছিল আৰু কৈছিল ৰামায়ণ পঢ়ি আছ' 'ৰুপা' ।

সেইবােৰ কথা ঝুমাৰ মনত আছে আৰু ঝুমা সৰ্বভাৰতীয় পৰ্য্যায়ৰ সাহিত্যৰ ভাল লেখিকা আৰু কলেজতো আছেয়েই । তেওঁলোকে কৰা তিৰস্কাৰবোৰ মনত আছে ।
কিন্তু , সিহঁত দুটাই আজিলৈকে একো এটা কৰিব নোৱাঁৰিলে !!!!!!

✍️মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)