নীলাখামৰ চিঠি-হিৰণ্যময়ী বৰুৱা

©Admin
0
মৰমৰ মোৰ বাস্তৱ
তোমালৈ অনেক মৰম যাচিলো।
হৃদয়ৰ কথাবোৰ পাতিবৰ বাবেও মোৰ সময় তেনেই কম।মোৰ এতিয়া বয়সত বেমাৰে হেচি ধৰিছে।কেতিয়াবা চিন্তা কৰো বাস্তৱ বৰ নিষ্ঠুৰ।সময়ত একো বুজা নোবুজাৰ সাথৰ যেন লাগে।কৌটিল্যৰ শাস্ৰৰ কথা কথা আৰু চানৈক্যৰ অথ্শাস্ৰৰ কথা এতিয়াও জানিবলৈ বুজিবলৈ মন যায়।
হৃদয়ৰ কথাবোৰ কবলৈ কেতিয়াবা মন মেলো।কিন্ত কথা পাতিম কাৰ স'তে। মনে মিলা মানুহ মুঠেও নেপাও।
তোমাক কেতিয়াবা লগ পাবলৈ বৰ মন যায়।কিন্ত সময় দিব জানো তুমি পাৰিবানে?
দিনবোৰ এনেকৈয়ে পাৰহৈ গৈ আছে।

✍️হিৰণ্যময়ী বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)