নীলাখামৰ চিঠি-হিৰণ্যময়ী বৰুৱা

মৰমৰ মোৰ বাস্তৱ
তোমালৈ অনেক মৰম যাচিলো।
হৃদয়ৰ কথাবোৰ পাতিবৰ বাবেও মোৰ সময় তেনেই কম।মোৰ এতিয়া বয়সত বেমাৰে হেচি ধৰিছে।কেতিয়াবা চিন্তা কৰো বাস্তৱ বৰ নিষ্ঠুৰ।সময়ত একো বুজা নোবুজাৰ সাথৰ যেন লাগে।কৌটিল্যৰ শাস্ৰৰ কথা কথা আৰু চানৈক্যৰ অথ্শাস্ৰৰ কথা এতিয়াও জানিবলৈ বুজিবলৈ মন যায়।
হৃদয়ৰ কথাবোৰ কবলৈ কেতিয়াবা মন মেলো।কিন্ত কথা পাতিম কাৰ স'তে। মনে মিলা মানুহ মুঠেও নেপাও।
তোমাক কেতিয়াবা লগ পাবলৈ বৰ মন যায়।কিন্ত সময় দিব জানো তুমি পাৰিবানে?
দিনবোৰ এনেকৈয়ে পাৰহৈ গৈ আছে।

✍️হিৰণ্যময়ী বৰুৱা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send