কৌতুক

©Admin
0
প্রাইভেট টিচাৰে বাৰে বাৰে ছোৱালীজনীৰ হাতত ধৰিছিল।
ছোৱালীজনী বিৰক্ত হৈ ছাৰক ক'লে আপুনি    
 বাৰে বাৰে মোৰ হাতত ধৰিছে কিয় ?

টিচাৰ: পাঁচ বাৰ মই তোমাৰ হাতত ধৰিছো।তাৰমানে। তুমিও পাঁচ বাৰ মোৰ হাতত ধৰিছা।
৫+৫=কিমান হয়?
ছাত্রী: ১০
টিচাৰ: ইয়াকে যোগ + বোলে।

পাঁচ বাৰ তুমি হাত আঁতৰাই দিলা.....
১০-৫=কিমান হয়?
ছাত্রী: ৫
টিচাৰ: ইয়াকে বিয়োগ -বোলে।

পাঁচ বাৰ তুমি বিৰক্তি হৈছা...
৫×৫= কিমান হয় ?
ছাত্রী: ২৫
টিচাৰ: ইয়াকে গুন × বোলে।

দুৱাৰৰ ওচৰত ৰৈ থাকি ছোৱালীজনীৰ দেউতাকে সকলো শুনি আছিল l ভিতৰলৈ সোমাই আহি এক লাঠি মাৰি টিচাৰক বাহিৰ কৰি দি কলে।
ইয়াকে ভাগ বোলে ভাগ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)