মিনিটীয়া প্ৰেম-মমী কুৰ্মী

©Admin
0
মাদকতা বিচাৰি ফুৰা প্ৰেমিক
অলিয়ে-গলিয়ে হাজাৰ সপোন বিচাৰি ফুৰে
বিলাসী গাড়ীত বিচাৰে প্ৰেম
দামী পাৰফিউমৰ গিফ্ট
নাপালে মৰি যাম কোৱাৰ প্ৰতিশ্ৰুতি

শেষত

শৰীৰৰ মাদকতা আৰু প্ৰেম
ৰাস্তাৰ কাষত পৰি ৰয়
কাৰ্টুনত ভৰা উপহাৰ
" মঙহৰ টুকুৰাৰ" ।


✍️মমী কুৰ্মী
বোকাখাত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)