মিনিটীয়া প্ৰেম-মমী কুৰ্মী

মাদকতা বিচাৰি ফুৰা প্ৰেমিক
অলিয়ে-গলিয়ে হাজাৰ সপোন বিচাৰি ফুৰে
বিলাসী গাড়ীত বিচাৰে প্ৰেম
দামী পাৰফিউমৰ গিফ্ট
নাপালে মৰি যাম কোৱাৰ প্ৰতিশ্ৰুতি

শেষত

শৰীৰৰ মাদকতা আৰু প্ৰেম
ৰাস্তাৰ কাষত পৰি ৰয়
কাৰ্টুনত ভৰা উপহাৰ
" মঙহৰ টুকুৰাৰ" ।


✍️মমী কুৰ্মী
বোকাখাত

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send