দয়া মমতা-ৰাজদ্বীপ শইকীয়া

©Admin
0
এই সংসাৰত
দয়া মমতা নোহোৱা হ'ল নেকি ?
আজিৰ সভ্য সমাজত 
মানুহ দিনক দিনে ইমান
তললৈ নামি গৈছে ।

এটা সৰু কথাতে 
মৰিয়াই মৰিয়াই 
মাৰি পেলাবলৈকো হাত নকঁপে ।

ধ্বংসৰ গৰাহত নেকি
এই সভ্যতা ?
সুদিন আহিব কেতিয়া।

✍🏻ৰাজদ্বীপ শইকীয়া
বোকাখাত, বিষ্ণুপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)