দয়া মমতা-ৰাজদ্বীপ শইকীয়া

এই সংসাৰত
দয়া মমতা নোহোৱা হ'ল নেকি ?
আজিৰ সভ্য সমাজত 
মানুহ দিনক দিনে ইমান
তললৈ নামি গৈছে ।

এটা সৰু কথাতে 
মৰিয়াই মৰিয়াই 
মাৰি পেলাবলৈকো হাত নকঁপে ।

ধ্বংসৰ গৰাহত নেকি
এই সভ্যতা ?
সুদিন আহিব কেতিয়া।

✍🏻ৰাজদ্বীপ শইকীয়া
বোকাখাত, বিষ্ণুপুৰ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send