নতুনে আনি দিয়ক নতুনত্ব-উৎপল দাস

©Admin
0
পূৰণি দিনৰ বেয়া স্মৃতিবোৰ আঁতৰি যাওক বহুত দূৰলৈ নতুনক আদৰি সূখ পাবলৈ ।

বিভিষা আতৰি যাওঁক নিৰাময় হওঁক অসূয়াবোৰ নতুন দিনে আনি দিয়ক অনাবিল শান্তি।

 দূখৰ ক'লা ডাৱৰ আঁতৰি নতুন দিগন্ত আৰম্ভ হওঁক নতুন বছৰতে ।

শুভ বাৰ্তায়ে আনি দিয়ক নতুন বছৰৰ ভৱিষ্যৎ পৰিকল্পনা ।

দূখৰ শেষত আনি দিয়ক সূখৰ বহুত নতুন নতুন সম্ভাৱনা ।


নতুনতে শান্তিৰ চৰাইজোৰে আকাশত নিতৌ উৰি কঢ়িয়াই আনক শান্তিৰ বতৰা ।

জীয়াই থকাৰ দুৰ্বাৰ হেপাঁহ নতুন বছৰটোত ভগৱানৰ সুদৃষ্টি পৰি আনক নতুনৰ সঞ্চাৰ ।

নতুনে আনি দিয়ক নতুনত্বৰ আৰ্শীবাদ ।

✍️ উৎপল দাস
কুৰুৱাবাহী, বোকাখাত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)