শান্তি ক'ত পায় ?-উৎপল দাস

©Admin
0
শান্তি ক'ত পায় ?

মৃত্যুৰ সিপাৰত আছে নেকি শান্তি ? কিয়নো শান্তি সমদল কৰি নিয়ে মৃত জনক কিন্তু আপোন জনে অন্তৰত অশান্তি দি যায় ।

অশান্তিৰ পৃথিৱীখনত হাজাৰ ৰঙ উপভোগ কৰি এসোপামান অশান্তিৰে ভাৰাক্ৰান্ত হৈ জীৱই ইহলীলা সম্বৰণ কৰি শান্তিৰ ধামলে গতি কৰে ।
 
শুনিছো স্বৰ্গ , ইশ্বৰ এইবোৰ একো নাই , হৈছে মাথোঁ মায়া । মায়াৰ শক্তিতে পৰিচালিত জীৱ-জগত ।

শান্তি বিছাৰি নাপাই আশান্তিত থাকি ৰুগীয়া বয়সীয়াল হৈ , নিজৰ জীৱন তুচ্ছ কৰি , অাজীৱন দুখত থাকি , শান্তি বিছাৰি যায় ।

মনে মনে প্ৰতি সময়ে ভাবে । মৃত্যুৰ সিপাৰে আছে নেকি শান্তি ? কিছুমানে যায় বিচাৰি । 


✍🏻 উৎপল দাস
 কুৰুৱাবাহী , বোকাখাত ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)