স্বাগতম ২০২১ বৰ্ষ-ৰাজদ্বীপ শইকীয়া

©Admin
0
স্বাগতম জনাইছোঁ 
আহক এক সুখৰ বাৰ্তা
দুখবোৰ হওক নোহোৱা।

এৰি অহা দুখৰ দিনৰ
 নহওক পুনৰাবৃত্তি ।

অপেক্ষা মাথোঁ তোমালৈ

চৌদিশে তোমাক 
আদৰাৰ চলিছে প্ৰস্তুতি,
অনাগত সময়ে আনক
সুখ-শান্তি আৰু প্ৰগতি।

স্বাগতম ২০২১ বৰ্ষ।

✍️ৰাজদ্বীপ শইকীয়া
বোকাখাত বিষ্ণুপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)