স্বাগতম ২০২১ বৰ্ষ-ৰাজদ্বীপ শইকীয়া

স্বাগতম জনাইছোঁ 
আহক এক সুখৰ বাৰ্তা
দুখবোৰ হওক নোহোৱা।

এৰি অহা দুখৰ দিনৰ
 নহওক পুনৰাবৃত্তি ।

অপেক্ষা মাথোঁ তোমালৈ

চৌদিশে তোমাক 
আদৰাৰ চলিছে প্ৰস্তুতি,
অনাগত সময়ে আনক
সুখ-শান্তি আৰু প্ৰগতি।

স্বাগতম ২০২১ বৰ্ষ।

✍️ৰাজদ্বীপ শইকীয়া
বোকাখাত বিষ্ণুপুৰ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send