লিমাৰিক~ৰুমী কলিতা দত্ত

বাৰীত আছিলোঁ  গৈ এবেলা  কাম কৰি  
 ক'ৰবাৰ পৰা এজাক চৰাই আহি 
পাখি মেলি পৰে  
জাকপাতিয়ে উৰে
ঠোক ঠোঁটত নিলে যিমানখিনি পাৰি।

মাঘ মাহৰ কিনকিনিয়া বৰষুণ
টোপাটোপে নিয়ৰ সৰিছে ৰুণজুণ
আকাশলৈ চাই ৰওঁ
তৰাবোৰ  দেখা পাওঁ
ফুলত নাচে মৌ-মাখিবোৰ গুণগুণ।


✍ৰুমী কলিতা দত্ত

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send