বাৰীত আছিলোঁ গৈ এবেলা কাম কৰি
ক'ৰবাৰ পৰা এজাক চৰাই আহি
পাখি মেলি পৰে
জাকপাতিয়ে উৰে
ঠোক ঠোঁটত নিলে যিমানখিনি পাৰি।
মাঘ মাহৰ কিনকিনিয়া বৰষুণ
টোপাটোপে নিয়ৰ সৰিছে ৰুণজুণ
আকাশলৈ চাই ৰওঁ
তৰাবোৰ দেখা পাওঁ
ফুলত নাচে মৌ-মাখিবোৰ গুণগুণ।
✍ৰুমী কলিতা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ