আবেগ~অণুগল্প-প্ৰিয়ংকা গায়ন

"মই তহঁতৰ বিদায় সভাখনত উপস্থিত থাকিব নোৱাৰিম এফালে যাব লগা হ'ল।" হঠাৎ দশম শ্ৰেণীৰ  কেইবাজনী ছাত্ৰীয়ে ফেঁকুৰী কান্দি উঠিল। "আপুনি আজি নাযাবচোন" বুলি কৈ বাইদেউক সাৱটি ধৰিলে। 
 

✍প্ৰিয়ংকা গায়ন

Post a Comment

Previous Post Next Post