আজিৰ দিনটোৰ বিশেষত্ব ২৪ জানুৱাৰী

১)ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস ।

২)১৯৪৩ চনত ভাৰতীয় চলচিত্ৰ পৰিচালক সু্ভাষ ঘাইৰ জন্ম ।

৩)১৯৬৬ চনত ভাৰতীয় বিজ্ঞানী হোমী জাহাংগীৰ ভাৱাৰ মৃত্যু ।

৪)১৯৫০ চনত "জন গন মন…"ক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত  গ্ৰহণ ।

৫)১৮৫৭ চনত দক্ষিণ এছিয়াৰ প্ৰথমখন আধুনিক শিক্ষাৰ "কলিকতা বিশ্ববিদ্যালয়" মুকলি ।

৬)১৯৬৫ চনত ইংলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিলৰ মৃত্যু ।

৭)১৯০৮ চনত "ৰবাৰ্ট বেডেন পাৱল"ৰ "বয় স্কাউট"ৰ গঠন ।

৮)১৮৬২ চনত ৰোমানিয়াৰ ৰাজধানী হিচাপে "বুখাৰেষ্ট"ক মান্যতা প্ৰদান ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send