আজিৰ দিনটোৰ বিশেষত্ব ২৪ জানুৱাৰী

Rinku Rajowar
0
১)ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস ।

২)১৯৪৩ চনত ভাৰতীয় চলচিত্ৰ পৰিচালক সু্ভাষ ঘাইৰ জন্ম ।

৩)১৯৬৬ চনত ভাৰতীয় বিজ্ঞানী হোমী জাহাংগীৰ ভাৱাৰ মৃত্যু ।

৪)১৯৫০ চনত "জন গন মন…"ক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত  গ্ৰহণ ।

৫)১৮৫৭ চনত দক্ষিণ এছিয়াৰ প্ৰথমখন আধুনিক শিক্ষাৰ "কলিকতা বিশ্ববিদ্যালয়" মুকলি ।

৬)১৯৬৫ চনত ইংলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিলৰ মৃত্যু ।

৭)১৯০৮ চনত "ৰবাৰ্ট বেডেন পাৱল"ৰ "বয় স্কাউট"ৰ গঠন ।

৮)১৮৬২ চনত ৰোমানিয়াৰ ৰাজধানী হিচাপে "বুখাৰেষ্ট"ক মান্যতা প্ৰদান ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)