বিভ্ৰান্ত বাস্তৱ~অণুগল্প-অংশুমান ভূঞা

      মানুহৰ তেজ চাব নোৱাৰি,চিৎকাৰ সহ্য কৰিব নোৱাৰি ল'ৰাটোৱে এসময়ত 'মৃত্যুঞ্জয়-১০৮' সেৱাৰ চাকৰি এৰি ঘৰলৈ গুচি আহিছিল।
     আজি সুৰাপান কৰিবলৈ বিচৰা টকা নাপাই একে ল'ৰাটোৱে দেউতাকৰ মূৰ ফালি তেজৰ নৈ বোৱাই দিলে।

✍️অংশুমান ভূঞা
চামতা,নলবাৰী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send