বিভ্ৰান্ত বাস্তৱ~অণুগল্প-অংশুমান ভূঞা

©Admin
0
      মানুহৰ তেজ চাব নোৱাৰি,চিৎকাৰ সহ্য কৰিব নোৱাৰি ল'ৰাটোৱে এসময়ত 'মৃত্যুঞ্জয়-১০৮' সেৱাৰ চাকৰি এৰি ঘৰলৈ গুচি আহিছিল।
     আজি সুৰাপান কৰিবলৈ বিচৰা টকা নাপাই একে ল'ৰাটোৱে দেউতাকৰ মূৰ ফালি তেজৰ নৈ বোৱাই দিলে।

✍️অংশুমান ভূঞা
চামতা,নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)