নাঙঠ কিশোৰীজনী-আকাশ দাস

©Admin
0
নাঙঠ কিশোৰীজনী দেখিছা...!
মোবাইলৰজনী নহয়; ফুটপাথৰজনী।
উত্তেজনাময়ীজনী নহয়;
নিৰ্দয়তা চকুত থকাজনী...!

✍️আকাশ দাস
     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)