নাঙঠ কিশোৰীজনী-আকাশ দাস

নাঙঠ কিশোৰীজনী দেখিছা...!
মোবাইলৰজনী নহয়; ফুটপাথৰজনী।
উত্তেজনাময়ীজনী নহয়;
নিৰ্দয়তা চকুত থকাজনী...!

✍️আকাশ দাস
     

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send