হৃদয়ৰ উচুপনি-কবিতা~অলকেশ খাটনিয়াৰ

Rinku Rajowar
0
তুমি যিদিনা মোক 
মাজবাটত এৰি দিছিলা
সিদিনা মোৰ হৃদয়ে
সকলোৰে অলক্ষিতে অশ্ৰু নিগৰায়
হৃদয়ৰ সেই উচুপনিয়ে
মোক অতি দুৰ্বল কৰি তুলিছিল
হৃদয়ৰ সেই উচুপনিয়ে
মোক ক্ষত-বিক্ষত কৰি
শোক সাগৰত ডুবাই
তুমি আনৰ হʼলা।

🖊️ অলকেশ খাটনিয়াৰ
জিলা-বৰপেটা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)