হৃদয়ৰ উচুপনি-কবিতা~অলকেশ খাটনিয়াৰ

তুমি যিদিনা মোক 
মাজবাটত এৰি দিছিলা
সিদিনা মোৰ হৃদয়ে
সকলোৰে অলক্ষিতে অশ্ৰু নিগৰায়
হৃদয়ৰ সেই উচুপনিয়ে
মোক অতি দুৰ্বল কৰি তুলিছিল
হৃদয়ৰ সেই উচুপনিয়ে
মোক ক্ষত-বিক্ষত কৰি
শোক সাগৰত ডুবাই
তুমি আনৰ হʼলা।

🖊️ অলকেশ খাটনিয়াৰ
জিলা-বৰপেটা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send