স্বাভিমান-অণুগল্প~অলকেশ কাকতি

ঐ ৰতন! মাঘৰ বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী। গাঁৱৰ বাকীবোৰ ল'ৰাই কঁকালত টঙালি বান্ধিছে, নাচনী ভনী কেইজনীয়েও বাপতি সাহোন বিহুটিত এপাক নাচিব বুলি আশাৰে বাট চাই আছে।দহজনে হাত উজান দিলে কামখিনি অতি সোনকালেই হৈ উঠিব। গতিকে আমি আৰু পলম কৰাৰ কোনো কথাই নাই। ব'ল!!! আমাৰ তথা প্ৰতিজন অসমীয়াৰ স্বাভিমান ভোগালী বিহুৰ মেজি প্ৰস্তুত কৰাত আমিও আগভাগ লওঁ।। 

🖋️অলকেশ কাকতি
     নলবাৰী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send