মই নিবিচৰাকৈয়ে-কবিতা-ৰবি শংকৰ গগৈ

Rinku Rajowar
0
মই নিবিচৰাকৈয়ে,
         তোমাৰ দুচকুৰ প্ৰেমত পৰোঁ ।।
  অস্পষ্ট হৈ পৰে,
         এই মোহমায়াৰ ধৰা ।।
  তোমাৰ সেই মিচিকিয়া,
         হাঁহিৰ ভাঁজত।।
  টুলপৰা তোমাৰ দুগালত,
          হেৰাই মোৰ বুকুৰ উঠা নমাবোৰ।। 

                               🖋️ৰবি শংকৰ গগৈ
                               ঠিকনা: শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)