মোৰ বাগিছাখন~কবিতা-জিন্টু বনিয়া

মোৰ সৰু বাগিছাখনি
নানা ফুল ফলেৰে ভৰা,
অতি যতনে সজাইছোঁ মই
নানা ৰঙী বহু মালা ।
ৰাতিপুৱাই উঠি চিকুনাও মই
মোৰ সৰু বাগিছাখনি!
ডাল ভৰি থকা ফুলবোৰে যেন
মোলৈ চাই মাৰে মিচিকিয়া হাঁহি


  ✍জিন্টু  বনিয়া 
              

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send