Home জিন্টু বনিয়া মোৰ বাগিছাখন~কবিতা-জিন্টু বনিয়া মোৰ বাগিছাখন~কবিতা-জিন্টু বনিয়া Author - person©Admin January 29, 2021 0 share মোৰ সৰু বাগিছাখনিনানা ফুল ফলেৰে ভৰা,অতি যতনে সজাইছোঁ মইনানা ৰঙী বহু মালা ।ৰাতিপুৱাই উঠি চিকুনাও মইমোৰ সৰু বাগিছাখনি!ডাল ভৰি থকা ফুলবোৰে যেনমোলৈ চাই মাৰে মিচিকিয়া হাঁহি ✍জিন্টু বনিয়া Tags কবিতাজিন্টু বনিয়া Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ