নাৰীলৈ এপাহি পুষ্পাঞ্জলী-অলকেশ কাকতি

Rinku Rajowar
0

শক্তি অধিষ্ঠাত্ৰী দেৱী দূৰ্গাক এপাহি পুষ্পাঞ্জলী দিয়াৰ মূল উদ্দেশ্যয়েই হৈছে সৃষ্টিৰ পূজাৰী নাৰীশক্তিক জাগ্ৰত কৰি তোলা।।।আমি প্ৰত্যক্ষ কৰা বিচিত্ৰ ধৰাৰ অন্তৰালত নাৰী নামৰ এটি সত্তাৰ পৰ্যাপ্ত অৱদান আছে ,,, যাক হয়তো কিছুমানে সঠিককৈ উপলদ্ধি কৰিব নোৱাৰাৰ বাবে সমাজবৰ্জিত কাম কিছুমান দ্বিধাহীনভাৱে কৰি আছে।।।আমি জীৱশ্ৰেষ্ঠ মানুহৰ মূখত প্ৰায় এটি কথা শুনা পাওঁ যে ,,,,,,,লাওঁ ডাঙৰ হ'লেও কিন্তু পাতৰ তল,,,,,,,।।। পৃথিৱীৰ আন এটি গুপ্ত নামেই হ'ল ,,,,ধৰা,,,,।।। কিয়! পৃথিৱীখন জানো নাৰী নহয়? ধৰিত্ৰী আইৰ উমাল হৃদয়তেই জানো লাওঁজোপা ৰোপন কৰা নাই? তেনেহলে কিয় কিছুমান মানুহে নাৰীক সন্মান কৰিব নাজানে?,, স্বাধীনতা থাকিও আজি কিয় নাৰীসকল অপশক্তিৰ বলি হৈছে? যদি সাধাৰণ নাৰী এগৰাকীকেই সন্মান কৰিব নাজানে,, তেনেহলে শক্তি অধিষ্ঠাত্ৰী দেৱী দূৰ্গাক কেনেদৰে নিসংকোচে পাদ্য- অৰ্ঘ্য দিব পাৰিব ?????

  ✒️অলকেশ কাকতি
 জিলা নলবাৰী   
কামৰূপ মহাবিদ্যালয় ,চামতা
    তৃতীয় ষাম্নাসিক, 
       (দৰ্শন বিভাগ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)