আমাৰ বিদ্যালয় খন
অতি শুৱনি,
সন্মুখত আছে এখন
সুন্দৰ ফুলনি ।
আমাক লাগিব ভাল আদৰ্শ
লগতে লাগিব ভাল পৰামৰ্শ;
বিদ্যালয়ত থকা মহান ব্যক্তিৰ
কষ্টৰ ফল,
আমি দেখুৱাব লাগিব
ভাল ফলাফল।
✍ নাম :ৰবি শংকৰ গগৈ,নামতি, শিৱসাগৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ