মোৰ জীৱন~কবিতা-দীপজ্যোতি বৰা

বহুতো ঘাত প্ৰতিঘাতেৰে ভৰা
মোৰ জীৱন।
তথাপিও হাঁহি থাকো
পাওঁ নেকি সুখৰ বতৰা।
হাঁহি আৰু সাহসেৰে আগুৱাই নিম
মোৰ জীৱনৰ পথ।
নাহে মোৰ মনলৈ
হতাশা ভাৱ।
 
✍দীপজ্যোতি বৰা,শিৱসাগৰ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send