মোৰ জীৱন~কবিতা-দীপজ্যোতি বৰা

©Admin
0
বহুতো ঘাত প্ৰতিঘাতেৰে ভৰা
মোৰ জীৱন।
তথাপিও হাঁহি থাকো
পাওঁ নেকি সুখৰ বতৰা।
হাঁহি আৰু সাহসেৰে আগুৱাই নিম
মোৰ জীৱনৰ পথ।
নাহে মোৰ মনলৈ
হতাশা ভাৱ।
 
✍দীপজ্যোতি বৰা,শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)