নিয়োগ বাৰ্তা-হস্ততাঁত বস্ত্ৰ শিল্প আৰু ৰেচম বিভাগত চতুৰ্থ বৰ্গৰ পদ খালী ১০০

Rinku Rajowar
0
পদবী- চতুৰ্থ বৰ্গ 

খালী আসনৰ সংখ্যা- ১০০ টা

দৰমহা- ১২০০০ পৰা ৫২০০০ টকা লৈকে (গ্ৰেড পে ৩৯০০ টকা) 

শিক্ষাগত অৰ্হতা- যিকোনো শিক্ষানুষ্ঠানৰ পৰা অষ্টম শ্রেণী উত্তীৰ্ণ হোৱা হব লাগিব ।

বয়সৰ সময়সীমা- ১৮ বছৰ বয়সৰ পৰা ৪০ বছৰ বয়সৰ লৈকে । 

আবেদনৰ অন্তিম তাৰিখ- ০১ ফেব্ৰুৱাৰী ২০২১ 

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক ▶️ Click here

অনলাইন আবেদন পত্ৰ পূৰণ কৰিবলৈ ইয়াত ক্লিক কৰক ▶️ click here


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)