সময়ৰ ব্যৱধান~শ্রীসুমন্ত নায়ক

Rinku Rajowar
0
সময়ৰ লগত মানুহে সলনি হয়। 
       বসন্ত যেতিয়া ডালে ,ডালে ,
গছবোৰে তেতিয়া নতুন পাত সলায়। 
     মানুহবোৰে সলনি হয় মনে, মনে 
আৰু গছবোৰে পুৰণা পাতবোৰ হেৰাই, 
            সাজে নতুন পাত, 
কিছু মানুহে একেবাৰেই  সলনি হয়
মাথোঁ নতুনত্ব বিছাৰি ,
কোনোবাই  হতশায়, তলত পেলাই 
 সকলো য়ায়  হেৰাই। 
পাতে  'সাজে নতুন  আশাত, 
একেই মানুহৰ নতুন  কিবা দিবলৈ, 
কিন্তু গছৰ  ডাল থাকে  ডালৰ ঠাইত 
পাতবোৰ  শুকাই যায় মৰি। 
মানুহ থাকে শূন্য দেহত, 
হৃদয় শুকাই যায়  মৰি। 
          
                 🖋️ শ্রীসুমন্ত নায়ক
                        মঙলদৈ
 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)