ভাগ্যৰ পৰিহাস~অণুগল্প-দেৱশ্ৰী ওজা বৰা

পঞ্চম বাৰলৈ মাতৃৰ আশা কৰা, ৰীমাই আজি আকৌ সেই অজান পেটৰ বিষটো অনুভৱ কৰিলে,লগে লগেই তাই বুজি উঠিল যে তাইৰ ভাগ্যত সন্তানৰ সুখ নাইয়েই ৷

🖋️দেৱশ্ৰী ওজা বৰা

Post a Comment

Previous Post Next Post