ভাগ্যৰ পৰিহাস~অণুগল্প-দেৱশ্ৰী ওজা বৰা

Rinku Rajowar
0
পঞ্চম বাৰলৈ মাতৃৰ আশা কৰা, ৰীমাই আজি আকৌ সেই অজান পেটৰ বিষটো অনুভৱ কৰিলে,লগে লগেই তাই বুজি উঠিল যে তাইৰ ভাগ্যত সন্তানৰ সুখ নাইয়েই ৷

🖋️দেৱশ্ৰী ওজা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)