Homeকবিতা ফাগুন~কবিতা-হুমায়ুন কবিৰ February 10, 2021 0 অ ফাগুন তুমি ৰৈ যোৱামোৰ অনুভৱৰ দলিচাত……|অ ফাগুন মোক কৈ যোৱাপচোৱাৰ শিহৰণৰ বতৰাতুমি আহি মোক দি যোৱাকহুঁৱা ফুলৰ স্নিগ্ধ সুবাস……|অ ফাগুন দি যোৱাসোনাৰু ফুলৰ মাদকতাঅ ফাগুন তুমি ৰৈ যোৱা মোৰঅনুভৱৰ দলিচাত………| ✍️ হুমায়ুন কবিৰ Tags: কবিতা হুমায়ুন কবিৰ