ফাগুন~কবিতা-হুমায়ুন কবিৰ

অ ফাগুন তুমি ৰৈ যোৱা
মোৰ অনুভৱৰ দলিচাত……|
অ ফাগুন মোক কৈ যোৱা
পচোৱাৰ শিহৰণৰ বতৰা
তুমি আহি মোক দি যোৱা
কহুঁৱা ফুলৰ স্নিগ্ধ সুবাস……|
অ ফাগুন দি যোৱা
সোনাৰু ফুলৰ মাদকতা
অ ফাগুন তুমি ৰৈ যোৱা মোৰ
অনুভৱৰ দলিচাত………|

  ✍️ হুমায়ুন কবিৰ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send