সাধাৰণ জ্ঞান

©Admin
0

1. পৃথিৱীৰ প্ৰায় আধা সংখ্যক মানুহৰ প্ৰধান খাদ্য ভাত।

2. এটা ব্ৰু'কলীত ২০৪ টা আপেলৰ সমান ভিটামিন 'চি' থাকে ।

3. একাপ কফিয়ে এগিলাচ গাখীৰতকৈ অধিক স্মৃতিশক্তি যোগাব পাৰে ।

4. পৰুৱাই কোনো দিনে নুশুৱে আৰু ইয়াৰ চকু জপাব পৰাকৈ চকুৰ পতাই নাই ।

5. মানুহৰ কাণৰ আকৃতি কম পৰিমাণে হ'লেও বৃদ্ধি পাই থাকে আৰু এই বৃদ্ধি মৃত্যুপর্যন্ত অব্যাহত থাকে । 

📲 সংগৃহীত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)