সাধাৰণ জ্ঞান


1. পৃথিৱীৰ প্ৰায় আধা সংখ্যক মানুহৰ প্ৰধান খাদ্য ভাত।

2. এটা ব্ৰু'কলীত ২০৪ টা আপেলৰ সমান ভিটামিন 'চি' থাকে ।

3. একাপ কফিয়ে এগিলাচ গাখীৰতকৈ অধিক স্মৃতিশক্তি যোগাব পাৰে ।

4. পৰুৱাই কোনো দিনে নুশুৱে আৰু ইয়াৰ চকু জপাব পৰাকৈ চকুৰ পতাই নাই ।

5. মানুহৰ কাণৰ আকৃতি কম পৰিমাণে হ'লেও বৃদ্ধি পাই থাকে আৰু এই বৃদ্ধি মৃত্যুপর্যন্ত অব্যাহত থাকে । 

📲 সংগৃহীত

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send