পলাশ জোপাৰ ৰঙা ৰঙৰ আবিৰ সানিবলৈ ।
লঠঙা হৈ পৰিছে তোমাৰ পছোৱা বতাহৰ বা লাগি শুকান পাত সৰি বতবৃক্ষ।
নৱ দাম্পত্য যোৰা মিলন হৈ সমন্ধৰ এনাজৰীডাল আতি আতি বান্ধি থয়,ফাগুন বেলিকাতে ।
চাহজোপা আৰু সিহঁতৰ সলোৱে পাত মেলি সেউজীয়া হৈ পৰে ফাগুন সুবাস লাগি ।
যৌৱনা হৈ প্ৰকৃতিয়ে ৰূপ সলোৱাৰ আসৰা কৰে ফাগুন মাহতে ।
লাজৰ
উৰণীখন বাৰে বাৰে আঁতৰাই দিয়ে যৌৱনা প্ৰকৃতিক ফাগুনে ।
শ্ৰী উৎপল দাস
কুৰুৱাবাহী শিঙাদৰীয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ