ফাগুন-উৎপল দাস

নতুন ৰুপে ফাগুন আহিলে প্ৰকৃতিৰ সাজ সলাবলৈ।

পলাশ জোপাৰ ৰঙা ৰঙৰ আবিৰ সানিবলৈ ।

লঠঙা হৈ পৰিছে তোমাৰ পছোৱা বতাহৰ বা লাগি শুকান পাত সৰি বতবৃক্ষ।

নৱ দাম্পত্য যোৰা মিলন হৈ সমন্ধৰ এনাজৰীডাল আতি আতি বান্ধি থয়,ফাগুন বেলিকাতে ।

চাহজোপা আৰু সিহঁতৰ  সলোৱে পাত মেলি সেউজীয়া হৈ পৰে ফাগুন সুবাস লাগি ।

যৌৱনা হৈ প্ৰকৃতিয়ে ৰূপ সলোৱাৰ আসৰা কৰে ফাগুন মাহতে ।

লাজৰ 
উৰণীখন বাৰে বাৰে আঁতৰাই দিয়ে যৌৱনা প্ৰকৃতিক ফাগুনে ।

                    শ্ৰী উৎপল দাস
          কুৰুৱাবাহী শিঙাদৰীয়া

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send