বিভিন্ন বিভাগত অসমৰ প্ৰথম অসমীয়া মহিলা

©Admin
0
বোলছবি অভিনেত্ৰীঃ আইদেউ সন্দিকৈ।

মহিলা স্নাতকঃ সুখলতা দুৱৰা আৰু সুধালতা দুৱৰা।

মহিলা চিকিৎসকঃ ৰজনীপ্ৰভা শইকীয়া।

পদ্মশ্ৰী পোৱা কবিঃ নলিনীবালা দেৱী।

মহিলা কেন্দ্ৰীয় মন্ত্ৰীঃ ৰেণুকা দেৱী বৰকটকী।

উচ্চ ন্যায়ালয়ৰ বিচাৰপতিঃ মীৰা শৰ্মা।

মহিলা আই.এ.এছঃ পাৰুল দাস।

অসমৰ মুখ্যমন্ত্ৰীঃ চৈয়দা আনোৱাৰা টাইমূৰ।

বিধান সভাৰ উপাধ্যক্ষাঃ বনেলি খংমেন।

পি.এইছ.ডি: ড' কমলা ৰায়।

মহিলা এ.চি.এছ. :সুচিব্ৰতা ৰায়চৌধুৰী।

ভাৰতৰ মহিলা আয়োগৰ অধ্যক্ষাঃ বিজয়া চক্ৰবৰ্তী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)