যন্ত্ৰণা~অণুগল্প-পম্পী দুৱৰা

©Admin
0
"ঐ কুলক্ষণী এইবোৰ কিয় চুব লাগে তই, তোক এইবোৰৰ পৰা আঁতৰত থাকিবলৈ কোৱা নাছিলো মই ।আহিয়ে গিৰিয়েৰৰ মূৰ চোবালি এতিয়া আৰু কাৰ মূৰ চোবাবলৈ ইয়াত আছ' ।" শাশুৱেকৰ মাতত থতমত খাই একেঠাইতে বহি পৰিল তাই  ।বুকুত অনুভৱ কৰিলে অসহনীয় যন্ত্ৰণা বৈধৱ্যৰ ।

✍️পম্পী দুৱৰা
শিৱসাগৰ, নামতি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)