বিভিন্ন প্ৰজাতিৰ হাঁহৰ নাম

ক/ডুবুৰী হাঁহ(Little grabe)
খ/বৰ শৰালি(Flavous whistling duck)
গ/শৰালি হাঁহ(Lasser whistling duck)
ঘ/চাকৈ -চকোৱা(Ruddy shelduck)
ঙ/তেলগাজ বা আমৰলীয়া হাঁহ(Mallard)
চ/ৰঙামুৰীয়া হাঁহ(Red creasted pochard)
ছ/বৰমুখী পাতিহাঁহ(Spotbilled duck)
জ/দীঘলনেজী হাঁহ(Northern pintail)
ঝ/সৰুমুখী বা মুগী হাঁহ(Gadwall)
ঞ/ঘিলাহাঁহ(Common teal)
ট/গোধাকলী হাঁহ(Common pochard)
ঠ/বৰ কালীমূৰি হাঁহ(Bear's pochard)
ড/কিকি হাঁহ(Cotton pygmi goose)
ড়/বগাচকুৱা হাঁহ(White eyed pohard)

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send