বিভিন্ন প্ৰজাতিৰ হাঁহৰ নাম

©Admin
0
ক/ডুবুৰী হাঁহ(Little grabe)
খ/বৰ শৰালি(Flavous whistling duck)
গ/শৰালি হাঁহ(Lasser whistling duck)
ঘ/চাকৈ -চকোৱা(Ruddy shelduck)
ঙ/তেলগাজ বা আমৰলীয়া হাঁহ(Mallard)
চ/ৰঙামুৰীয়া হাঁহ(Red creasted pochard)
ছ/বৰমুখী পাতিহাঁহ(Spotbilled duck)
জ/দীঘলনেজী হাঁহ(Northern pintail)
ঝ/সৰুমুখী বা মুগী হাঁহ(Gadwall)
ঞ/ঘিলাহাঁহ(Common teal)
ট/গোধাকলী হাঁহ(Common pochard)
ঠ/বৰ কালীমূৰি হাঁহ(Bear's pochard)
ড/কিকি হাঁহ(Cotton pygmi goose)
ড়/বগাচকুৱা হাঁহ(White eyed pohard)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)