বিশ্বৰ সৰ্বপ্ৰথম আলোচনীখনৰ বিষয়ে

©Admin
0
সৰ্বপ্ৰথম আলোচনীখনৰ নাম আছিল 'জেন্টেল মেন' । ১৭৩১ চনৰ জানুৱাৰী মাহত 'এডৱাৰ্ড কোভে' প্ৰথম সংখ্যাটো প্ৰকাশ কৰি উলিয়াইছিল । আলোচনীখনৰ আঁচল নাম আছিল 'the gentleman's of Trader's' । এডৱাৰ্ড কোভে আছিল প্ৰথম সম্পাদক । তেওঁৱেই প্ৰথমে 'মেগাজিন' নামটো উলিয়াইছিল । এই আলোচনীখনক 'The first general periodical in England' বুলি কোৱা হয় । ইয়াৰ উপৰিও বিভিন্ন পত্ৰিকা আলোচনী ইউৰোপৰ পৰা 'জেন্টেলমেন'ৰ আগত প্ৰকাশিত হৈছিল ১৬৯২-৯৪ৰ ভিতৰত । সাধাৰণতে বিশ্বৰ প্ৰথম পত্ৰিকা ৰুপে জাৰ্মানীৰ পৰা ১৬৬৩-৬৮ চনলৈ প্ৰকাশিত হৈছিল যদিও বিভিন্ন পণ্ডিতৰ মতে এইখন স্বয়ং সম্পূৰ্ণ পত্ৰিকা নাছিল ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)