ভগৱান, নামঘৰ বা মছজিদ ক'তো নাই! হয় আমাৰ বিশ্বাসৰ পবিত্ৰ ঠাই !!!কিন্তু সেই নেদেখা ভগৱানজন অনুভৱ কৰিলে মানুহৰ হৃদয়তহে পোৱা যায়। মানুহেই ভগৱান!!!
আজি কৰ্ম ব্যস্ততাৰ মাজতে হৃদয়ত চুই যোৱা এটি কাহিনীক উপস্থাপন কৰিবলৈ মন গ'ল---!
দুটি সন্তানৰ মাতৃ হৃদয়া ; তেওঁৰ পৰা তন্ন তন্নকৈ কথাবোৰ শুনি মোৰ দুচকুৰে অশ্ৰুবোৰ বাগৰি আহিল ।
পিছতে মই সংযত হৈ ক'লো আপুনি আপোনাৰ ওপৰত বিশ্বাস ৰাখক ।সুন্দৰ নাৰী মনৰ মহানতা আপুনি জিলিকাই ৰাখিব পাৰিব।
কথাবোৰ পাতি থাকোতে অনুভৱ কৰিলোঁ নিশ্চয় এদিন কব পাৰিম আপোনাক মই--- "নাৰী তুমি অন্যন্যা"। মইও আজি যি পথৰ পথিক আপুনিও ঠিক একেই ।
✍মিনাক্ষী বৰুৱা সূত
লক্ষীমপুৰ,ঘিলামৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ