শীতৰ কিছুমান প্ৰতিশ্ৰুতি পুৰণ কৰি গ'লগে শীত।
দ্বিতীয়
প্ৰতিশ্ৰুতিৰে সেমেকা শীতৰ নতুন নতুন সম্ভাৰ দি আকৌ গ'লগে শীত।
প্ৰতিশ্ৰুতিবোৰ হ'ল - শাওণ মাহৰ ৰোৱা ধান খেতি আঘোন মাহত চপাই আনি ভঁৰাল ভৰালে শীতৰ বেলিকাই ।
শীতৰ সহায়ত অধিক মনোযোগেৰে কাম কৰি আনন্দৰে ভোগালি উৎসৱ পাতে ।
নতুনক আনে আকোঁৱালি , শীতৰ জুইয়ে উম আনে,নিয়ৰ আনে ইত্যাদি ।
নুতনক আদৰি ৰং ৰহস্য
কৰি আপোন পাহৰে শীততে ।
জুইৰ উত্তাপে দেহ মনত উম আনে ।
সকলোবোৰ প্ৰতিশ্ৰুতি পুৰণ কৰি আকৌ গ'লগে শীত।
🖋️শ্ৰী উৎপল দাস
কুৰুৱাবাহী বোকাখাত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ