শীতৰ কিছুমান প্ৰতিশ্ৰুতি পুৰণ কৰি গ'লগে শীত।
দ্বিতীয়
প্ৰতিশ্ৰুতিৰে সেমেকা শীতৰ নতুন নতুন সম্ভাৰ দি আকৌ গ'লগে শীত।
প্ৰতিশ্ৰুতিবোৰ হ'ল - শাওণ মাহৰ ৰোৱা ধান খেতি আঘোন মাহত চপাই আনি ভঁৰাল ভৰালে শীতৰ বেলিকাই ।
শীতৰ সহায়ত অধিক মনোযোগেৰে কাম কৰি আনন্দৰে ভোগালি উৎসৱ পাতে ।
নতুনক আনে আকোঁৱালি , শীতৰ জুইয়ে উম আনে,নিয়ৰ আনে ইত্যাদি ।
নুতনক আদৰি ৰং ৰহস্য
কৰি আপোন পাহৰে শীততে ।
জুইৰ উত্তাপে দেহ মনত উম আনে ।
সকলোবোৰ প্ৰতিশ্ৰুতি পুৰণ কৰি আকৌ গ'লগে শীত।
🖋️শ্ৰী উৎপল দাস
কুৰুৱাবাহী বোকাখাত