বিভিন্ন বিভাগত অসমৰ প্ৰথম (পুৰুষ)

(১) অসমীয়া স্নাতক -আনন্দৰাম বৰুৱা 

(২) অসমীয়া আই.এ.এছ - আনন্দৰাম বৰুৱা 

(৩) অসমীয়া ৰাজ্যপাল  -বিষ্ণুৰাম মেধি(মাদ্ৰাজ , ১৯৫৭) 

(৪) অসমীয়া ৰাষ্ট্ৰপতি -ফখৰুদ্দিন আলি আহমেদ 

(৫) অসমীয়া ডক্ট্টৰেট -ময়িদুল ইছলাম বৰা 

(৬) চলচ্চিত্ৰ নিৰ্মাতা -জ্যোতিপ্ৰসাদ আগৰৱালা 

(৭) উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি -পাৰ্বতী কুমাৰ গোস্বামী 

(৮) প্ৰথম বেৰিষ্টাৰ -আনন্দৰাম বৰুৱা 

(৯) গুৱাহাতী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য -কৃষ্ণকান্ত সন্দিকৈ 

(১০) এছিয়ান গেমছত স্বৰ্ণপদক পাওতা - ভোগেশ্বৰ বৰুৱা 

(১১) সাহিত্যিক পেঞ্চনাৰ - পদ্মনাথ গোহাঞি বৰুৱা 

(১২) ৰিজাৰ্ভ বেংকৰ অসমীয়া সঞ্চালক - গণেশ ফুকন 

(১৩) ভাষা আন্দোলনৰ শ্বহীদ -সূৰ্য বৰা 

(১৪) স্বাধীন অসমৰ মুখ্যমন্ত্ৰী -গোপীনাথ বৰদলৈ 

(১৫) সংগীত নাটক অকাডেমীৰ অসমীয়া অধ্যক্ষ -ড°ভূপেন হাজৰিকা 

(১৬) ডাক টিকটত ফটো প্ৰকাশ -লক্ষ্মীনাথ বেজবৰুৱা 

(১৭) চাহ খেতিয়ক -মণিৰাম দেৱান 

(১৮) অসম সাহিত্য সভাৰ সভাপতি - পদ্মনাথ গোহাঞি বৰুৱা 

(১৯) অসমীয়াত ৰামায়ণ ৰচক - মাধৱ কন্দলি 

(২০) অসমৰ বিলাত ফেৰৎ ইঞ্জিনীয়াৰ-বলীনাৰায়ণ বৰা 

(২১) জ্ঞানপীঠ বিজয়ী অসমীয়া -ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য 

(২২) অসমীয়া শিক্ষাধিকৰ্তা  সূৰ্যকুমাৰ ভূঞা 

(২৩) অসমীয়া টাইপ ৰাইটাৰ আৱিষ্কাৰক - হৰিপ্ৰসাদ বৰুৱা 

(২৪) পদ্ম বিভূষণ পোৱা অসমীয়া - বিমলা প্ৰসাদ চলিহা 

(২৫) ভাৰত ৰত্ন পোৱা অসমীয়া -গোপীনাথ বৰদলৈ(মৰণোত্তৰ) 

(২৬) চৰকাৰী হাইস্কুলৰ অসমীয়া প্ৰধান শিক্ষক - কেশৱ নাথ ফুকন 

(২৭) পানী জাহাজ কিনোতা অসমীয়া -মাণিক চন্দ্ৰ বৰুৱা 

(২৮) অসমীয়া দৈনিকৰ প্ৰথম সম্পাদক -বাগ্মীবৰ নীলমণি ফুকন 

(২৯) অসমীয়া গদ্যলেখক -ভট্টদেৱ 

(৩০) উচ্চ ন্যয়ালয়ৰ বিচাৰপতি -হলিৰাম ডেকা 

(৩১) অসম সাহিত্য সভাৰ সম্পাদক - শৰৎ চন্দ্ৰ গোস্বামী 


Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send