(২) অসমীয়া আই.এ.এছ - আনন্দৰাম বৰুৱা
(৩) অসমীয়া ৰাজ্যপাল -বিষ্ণুৰাম মেধি(মাদ্ৰাজ , ১৯৫৭)
(৪) অসমীয়া ৰাষ্ট্ৰপতি -ফখৰুদ্দিন আলি আহমেদ
(৫) অসমীয়া ডক্ট্টৰেট -ময়িদুল ইছলাম বৰা
(৬) চলচ্চিত্ৰ নিৰ্মাতা -জ্যোতিপ্ৰসাদ আগৰৱালা
(৭) উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি -পাৰ্বতী কুমাৰ গোস্বামী
(৮) প্ৰথম বেৰিষ্টাৰ -আনন্দৰাম বৰুৱা
(৯) গুৱাহাতী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য -কৃষ্ণকান্ত সন্দিকৈ
(১০) এছিয়ান গেমছত স্বৰ্ণপদক পাওতা - ভোগেশ্বৰ বৰুৱা
(১১) সাহিত্যিক পেঞ্চনাৰ - পদ্মনাথ গোহাঞি বৰুৱা
(১২) ৰিজাৰ্ভ বেংকৰ অসমীয়া সঞ্চালক - গণেশ ফুকন
(১৩) ভাষা আন্দোলনৰ শ্বহীদ -সূৰ্য বৰা
(১৪) স্বাধীন অসমৰ মুখ্যমন্ত্ৰী -গোপীনাথ বৰদলৈ
(১৫) সংগীত নাটক অকাডেমীৰ অসমীয়া অধ্যক্ষ -ড°ভূপেন হাজৰিকা
(১৬) ডাক টিকটত ফটো প্ৰকাশ -লক্ষ্মীনাথ বেজবৰুৱা
(১৭) চাহ খেতিয়ক -মণিৰাম দেৱান
(১৮) অসম সাহিত্য সভাৰ সভাপতি - পদ্মনাথ গোহাঞি বৰুৱা
(১৯) অসমীয়াত ৰামায়ণ ৰচক - মাধৱ কন্দলি
(২০) অসমৰ বিলাত ফেৰৎ ইঞ্জিনীয়াৰ-বলীনাৰায়ণ বৰা
(২১) জ্ঞানপীঠ বিজয়ী অসমীয়া -ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
(২২) অসমীয়া শিক্ষাধিকৰ্তা সূৰ্যকুমাৰ ভূঞা
(২৩) অসমীয়া টাইপ ৰাইটাৰ আৱিষ্কাৰক - হৰিপ্ৰসাদ বৰুৱা
(২৪) পদ্ম বিভূষণ পোৱা অসমীয়া - বিমলা প্ৰসাদ চলিহা
(২৫) ভাৰত ৰত্ন পোৱা অসমীয়া -গোপীনাথ বৰদলৈ(মৰণোত্তৰ)
(২৬) চৰকাৰী হাইস্কুলৰ অসমীয়া প্ৰধান শিক্ষক - কেশৱ নাথ ফুকন
(২৭) পানী জাহাজ কিনোতা অসমীয়া -মাণিক চন্দ্ৰ বৰুৱা
(২৮) অসমীয়া দৈনিকৰ প্ৰথম সম্পাদক -বাগ্মীবৰ নীলমণি ফুকন
(২৯) অসমীয়া গদ্যলেখক -ভট্টদেৱ
(৩০) উচ্চ ন্যয়ালয়ৰ বিচাৰপতি -হলিৰাম ডেকা
(৩১) অসম সাহিত্য সভাৰ সম্পাদক - শৰৎ চন্দ্ৰ গোস্বামী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ