ব্যৰ্থ~দীক্ষিত গগৈ

Rinku Rajowar
0
কৃত্ৰিমতাৰ মাজত ব্যস্ত জীৱন
স্বাৰ্থপৰ সমাজৰ মাজত 
আবদ্ধ উৰনীয়া মন ।
হিংসা,স্বাৰ্থত গঢ়ি উঠে বন্ধুত্ব
দুখী নহয় বন্ধুবৰ্গ
পৰিৱৰ্তন হৈও পিছপৰা সমাজ....... 
পিছপৰা চিন্তাধাৰা ।
লক্ষ্য বাছি ........ 
লক্ষ্য বিহীন অনুভৱ
বিভিন্ন চিন্তা!   
কিন্তু ...... 
নাই একো চেষ্টা ।


               🖋️ দীক্ষিত গগৈ
            গেলেকী ,হাৰকিনা 
              

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)