ব্যৰ্থ~দীক্ষিত গগৈ

কৃত্ৰিমতাৰ মাজত ব্যস্ত জীৱন
স্বাৰ্থপৰ সমাজৰ মাজত 
আবদ্ধ উৰনীয়া মন ।
হিংসা,স্বাৰ্থত গঢ়ি উঠে বন্ধুত্ব
দুখী নহয় বন্ধুবৰ্গ
পৰিৱৰ্তন হৈও পিছপৰা সমাজ....... 
পিছপৰা চিন্তাধাৰা ।
লক্ষ্য বাছি ........ 
লক্ষ্য বিহীন অনুভৱ
বিভিন্ন চিন্তা!   
কিন্তু ...... 
নাই একো চেষ্টা ।


               🖋️ দীক্ষিত গগৈ
            গেলেকী ,হাৰকিনা 
              

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send