মিনতি-হিমাশ্ৰী বৰা

প্ৰতিনিশা মই কান্দো
অনিশ্চিত ভৱিষ্যতৰ শংকাত 
নে অসহনীয় বাৰ্তাৰ তীব্ৰতাত !

হে ঈশ্বৰ,কৃপাদৃষ্টি ৰাখা
উচ্চ প্ৰস্থিতি নহয় মোৰ কামনা 
প্ৰকৃতাৰ্থত মানুহ হ'বলৈ শিকোৱা ।
হিত সাধি সৰ্বজন,আলোকিত কৰা ঘৰ‌ প্ৰতিখন
কুশলে ৰাখি আপোনজনক,কষ্টৰ পৰা দিয়া উপশম ।

✍হিমাশ্ৰী বৰা
তিনিচুকীয়া 

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send