প্ৰতিনিশা মই কান্দো
অনিশ্চিত ভৱিষ্যতৰ শংকাত
নে অসহনীয় বাৰ্তাৰ তীব্ৰতাত !
হে ঈশ্বৰ,কৃপাদৃষ্টি ৰাখা
উচ্চ প্ৰস্থিতি নহয় মোৰ কামনা
প্ৰকৃতাৰ্থত মানুহ হ'বলৈ শিকোৱা ।
হিত সাধি সৰ্বজন,আলোকিত কৰা ঘৰ প্ৰতিখন
কুশলে ৰাখি আপোনজনক,কষ্টৰ পৰা দিয়া উপশম ।
✍হিমাশ্ৰী বৰা
তিনিচুকীয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ