তাইৰ কথা -কবিতা~আকাশ দাস



জীৱনৰ কথাক
সময়ৰ বটাত লৈ
আজৰি কটোৱাত তাই ভাল।
ভাল তাই এঙামুৰি লোৱাত।

🖋️আকাশ দাস, নলবাৰী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send