প্ৰেম-ডাঃ প্ৰণৱ চক্ৰৱৰ্তী

তই
মই আৰু
এবুকু সপোন,
তোৰ
মোৰ
ছন্দোময় মিলন ৷
সাক্ষী
তোৰ কপালৰ
ৰঙা ফোঁট,
সাহস
মোৰ বুকুৰ
মৰমৰ সোঁত...

✍️ডাঃ প্ৰণৱ চক্ৰৱৰ্তী
নলবাৰী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send